Choose a track to play
ইমান মৰম
ইমান মৰম কোনেনো দিব
ভাবিচানে বাৰু তুমি
ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে
চিৰদিন কাষতে
ইমান মৰম
দূৰণিৰ পৰাই ৰ' লাগি
চাওঁ তোমাক আজি
জানোচা তুমিও চোৱা যদি
মোলৈ এবাৰ ঘূৰি
দূৰণিৰ পৰাই ৰ' লাগি
চাওঁ তোমাক আজি
জানোচা তুমিও চোৱা যদি
মোলৈ এবাৰ ঘূৰি
কিনো ক'ম মই কোৱা
সুধিলে আনে
ভাল পোৱানে নোপোৱা
ভাল পোৱানে নোপোৱা
ইমান মৰম
তুমিতো জানাই সকলো দেখোন
মোৰ মনৰ কথা
তথাপিও তুমি নাজানো কিয়
নুবুজাৰ অভিনয় কৰা
তুমিতো জানাই সকলো দেখোন
মোৰ মনৰ কথা
তথাপিও তুমি নাজানো কিয়
নুবুজাৰ অভিনয় কৰা
অনুভৱ মোৰ আজি
তোমাকে পোৱা
চিৰদিন কাষতে
চিৰদিন কাষতে
ইমান মৰম
ইমান মৰম কোনেনো দিব
ভাবিচানে বাৰু তুমি
ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে
চিৰদিন কাষতে
ইমান মৰম