Elige una pista para reproducir
ভাঁতিয়ালি সপোন
গধূলিত হেৰাই যায়
ভাঁতিয়ালি সপোন
গধূলিত হেৰাই যায়
গধূলি দেউকাতে
পখী যায় উৰি যায়
ভাঁতিয়ালি সপোন
গধূলিত হেৰাই যায়
সোৱঁৰণী সোৱঁৰণী সোৱঁৰণী
শৰালিৰে জাকি মাৰি
সোৱঁৰণী
সোৱঁৰণী সোৱঁৰণী সোৱঁৰণী
শৰালিৰে জাকি মাৰি
সোৱঁৰণী
সুদূৰ নীলিমাতে
ডাৱৰৰ সাঁথৰতে
কাৰ চকু দেখা পাওঁ
জোনাকে কি কলে
কাণে কাণে
জোনাকে কি কলে
কাণে কাণে
এন্ধাৰৰ বুকুতে
গানে গানে
এন্ধাৰৰ বুকুতে
গানে গানে
গহীন ধূষৰৰ সিপাৰে
দুমুখৰ তোমাৰ ছবি
ভাঁতিয়ালি সপোন
গধূলিত হেৰাই যায়
ভাঁতিয়ালি সপোন
গধূলিত হেৰাই যায়