Выберите трек для воспроизведения
আজি তুমি ন'হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
গুলপীয়া ওঁঠেৰে মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা
এতিয়াও মই দূৰণিৰে
সময় হ'লে পাবা নিবিৰে
আজি তুমি ন'হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
আছিলো অকলে সপোনে নিবিৰে
অচিনাকি নিশাতে
বুকুৰে উমকে সাঁচিলো তোমালে
বহু বহু যুগৰে
আজি মন কোমল মেঘৰ দৰে
আজি মন কোমল মেঘৰ দৰে
হৃদয়ৰ অশ্ৰু আৱেগৰে
আজি তুমি ন'হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
গুলপীয়া ওঁঠেৰে মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা
এতিয়াও মই দূৰণিৰে
সময় হ'লে পাবা নিবিৰে
আজি তুমি ন'হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
ক'ৰবাত জনমৰ পাহৰা মৰমে
আহিছে ওচৰলে
বুকুৰে আমুঠু ৰঙালে ৰঙাৰে
মৰমী চাৱনিৰে
আজি মন তোমাৰ ময়ে অনন্ত
আজি মন তোমাৰ ময়ে অনন্ত
জ্বলি ৰ'ম তোমাৰে বুকুৰে হৈ
আজি তুমি ন'হলে মোৰ মন নভৰে...